মেট্ৰিকৰ (HSLC) ২৫খন আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা ( দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে )
মেট্ৰিকৰ (HSLC) ২৫খন আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা ( দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ) 2
মেট্ৰিকৰ (HSLC) ২৫খন আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা ( দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ) 3
মেট্ৰিকৰ (HSLC) ২৫খন আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা ( দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ) 4
মেট্ৰিকৰ (HSLC) ২৫খন আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা ( দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ) 5

মেট্ৰিকৰ (HSLC) ২৫খন আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা ( দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে )

Instant access Secure payment PDF format

About this PDF

এই PDFখনত এইবছৰৰ HSLC পৰীক্ষাৰ বাবে ২৫খন আটাইতকৈ গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা সংকলন কৰা হৈছে। প্ৰতিখন ৰচনা ৩৫০টা শব্দৰ ভিতৰত লিখা হৈছে, যাতে আপুনি দীঘলীয়া ৰচনা পঢ়াৰ প্ৰয়োজন নহয়। এই PDFখনৰ পৰাই আপুনি অসমীয়া বিষয়ৰ ৰচনা অংশৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাব পাৰিব। এই PDFখনৰ মূল্য মাত্ৰ ৫০ টকা ৰখা হৈছে, যাতে যিকোনো ছাত্ৰ-ছাত্ৰীয়ে দামৰ কথা বেছি চিন্তা নকৰাকৈ সহজে ক্ৰয় কৰিব পাৰে। এই PDFখনত মই অন্তৰ্ভুক্ত কৰা ৰচনাসমূহৰ নাম তলত দিয়া হ’ল। * মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান (Contribution of Science to the Development of Human Civilization) * স্কুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা (School Magazine and its Benefits) * আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা (The Prize Distribution Ceremony of Our School) * অসমৰ নিবনুৱা সমস্যা (The Unemployment Problem of Assam) * অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থা (Technical Education System of Assam) * অসমৰ পৰ্যটন বিভাগ (The Tourism Department of Assam) * ক্ষুদ্র সঞ্চয় (Small Savings) * ছাত্র-ছাত্রী আৰু সমাজ সেৱা (Students and Social Service) * জুবিন গাৰ্গ: অসমৰ কণ্ঠ (Zubeen Garg: The Voice of Assam) * অসমৰ বানপানী (Floods of Assam) * দূৰদৰ্শন (Television) * বাতৰি কাকত (Newspaper) * লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbaroa) * বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা (Advantages and Disadvantages of Science) * এজন মহান ব্যক্তিৰ জীৱনী : শ্ৰীমন্ত শংকৰদেৱ (Biography of a Great Person: Srimanta Sankardev) * অসমৰ জাতীয় উৎসৱ : বিহু (The National Festival of Assam: Bihu) * মোৰ জীৱনৰ লক্ষ্য: এগৰাকী শিক্ষক হোৱা (My Aim in Life: To Be a Teacher) * মোৰ প্ৰিয় গ্ৰন্থ (My Favorite Book) * ছাত্র-ছাত্রীৰ কৰ্তব্য (Duties of Students) * দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ (Influence of Science in Daily Life) * পুথিভঁৰাল (Library) * অসমৰ প্ৰাকৃতিক সম্পদ (Natural Resources of Assam) * মোৰ প্ৰিয় সাহিত্যিক: উইলিয়াম শ্বেইক্সপীয়েৰ (My Favorite Writer: William Shakespeare) * অসমৰ কুটিৰ শিল্প (Cottage Industries of Assam) * পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ (Environmental Pollution and its Remedy) আশা কৰোঁ, এই PDF খনে আপোনাৰ উপকাৰ কৰিব।

What you get

Instant access right after payment
Download the PDF to your device
Secure UPI / card / netbanking checkout

Details

Format
PDF format
Size
1.2 MB
Delivery
Download to your device, instantly after payment
Access
365 days from purchase
Sold by
Alak Patgiri
Published
11 October 2026
One-time price · instant access
₹50 Downloadable

Secure UPI / card / netbanking · Instant access

Already bought this? Open My purchases